Nojoto: Largest Storytelling Platform

তেওঁৰ প্ৰতিশ্ৰুতিবোৰ‌ শব্দৰে আৰম্ভ হৈ বাক্যত অন্ত

তেওঁৰ প্ৰতিশ্ৰুতিবোৰ‌ শব্দৰে আৰম্ভ হৈ বাক্যত অন্ত নপৰে .. 
চকুৰ ভাষা পঢ়ি  হাত খনত খামুচি ‌ ধৰাৰ পৰা আৰম্ভ হয় ...... 
আৰু অন্ত.........?? 

সকলোৰে অন্ত নাথাকে , মাথো বয় যায় বহাগৰ বতাহত কপৌৰ সুবাসৰ দৰে 

✍️ সঞ্চিতা বৰা

©Sanchita Bora
  #promiseday #Love #suport #Dailychallenge #steak