Nojoto: Largest Storytelling Platform

মোৰ অঞ্জন বোলোৱা দুনয়ন দেখিলে তেওঁ হেনো লাজত ৰঙা

মোৰ অঞ্জন বোলোৱা দুনয়ন দেখিলে 
তেওঁ হেনো লাজত ৰঙা পৰে!
মোৰ কেশৰৰ সুগোন্ধত 
তেওঁ হেনো হাউলী পৰে!
মোৰ হাঁহি মোকোৰা দেখা পালে 
তেওঁ হেনো পৃথিৱীও পাহৰিব পাৰে!
আৰু,যেতিয়া 
তেওঁ মোলৈ থৰ হৈ চাই মিচিকিয়াই থাকে!
তেওঁৰ চকুত চকু পৰি মোৰ কলিজাটুকুৰ 
এফাল খহি পৰে।।

✍️জয়শ্ৰী ভূঞা #Love # assamese
মোৰ অঞ্জন বোলোৱা দুনয়ন দেখিলে 
তেওঁ হেনো লাজত ৰঙা পৰে!
মোৰ কেশৰৰ সুগোন্ধত 
তেওঁ হেনো হাউলী পৰে!
মোৰ হাঁহি মোকোৰা দেখা পালে 
তেওঁ হেনো পৃথিৱীও পাহৰিব পাৰে!
আৰু,যেতিয়া 
তেওঁ মোলৈ থৰ হৈ চাই মিচিকিয়াই থাকে!
তেওঁৰ চকুত চকু পৰি মোৰ কলিজাটুকুৰ 
এফাল খহি পৰে।।

✍️জয়শ্ৰী ভূঞা #Love # assamese
shreeb9284607869635

Shree B

New Creator