Nojoto: Largest Storytelling Platform

Dear God ঈশ্বৰৰ পৰা কেতিয়াও সেইটো নিবিচাৰিবা যিটো

Dear God ঈশ্বৰৰ পৰা কেতিয়াও সেইটো নিবিচাৰিবা যিটো তুমি বিচৰা;
সেইটো বিচাৰিবা যিটো ঈশ্বৰে তোমাক দিব বিচাৰিছে।

কাৰণ, তোমাৰ কাৰণে যিটো ভাল সেইটো ঈশ্বৰে আগতীয়াকৈ নিৰ্ধাৰণ কৰি থৈছে। 
যদি তুমি ঈশ্বৰৰ পৰা বিচৰা তেনেহলে হয়তো তেওঁ তোমাৰ কাৰণে লোৱা ভাল সিদ্ধান্ত এটাও তোমাৰ প্ৰাৰ্থনাৰ বাবে সলনি কৰিবলৈ বাধ্য হ'ব পাৰে।

.

©Farhana #quotes#thoughts#Assamese

#prayer #NojotoWriter

farhana4167

Farhana

Bronze Star
New Creator