তেজত বিষাদ উতলা দিনবোৰৰ প্ৰান্তত ....! সপোনৰ খাঁজে খাঁজে এটি সুৰ...। আশাবোৰৰ ভাঁজে ভাঁজে এটি সুবাস।। অ' আকাশ তই লৈ আহ ----। মোৰ বাবে, ফাগুন ফাগুনলগা জীয়া কবিতা। শিমলুৰ ৰঙ দুগালত লাগি ধৰাৰ পিছত, চ'ত বাগৰি অহা বহাগৰ দিনবোৰত--- আবেগে সানিব হৃদয়ত ৰং জেতুকাবুলীয়া।। #ফাগুন#yqassamese #yqbandhoi #assamesepoem