Nojoto: Largest Storytelling Platform

ভালপোৱাবোৰ শিপাই যায়.... হৃদয়ৰ আকলুতাৰ সিপাৰে, ব

ভালপোৱাবোৰ শিপাই যায়.... 
হৃদয়ৰ আকলুতাৰ সিপাৰে, 
বিশ্বাসৰ সোৱণশিৰিৰ সুগভীৰ বুকুলৈ।

"জীৱনৰ গীতবোৰে ইয়াতেই যেন লাভ কৰে সুৰসপ্তক। "

প্ৰখৰ ৰ'দত পৰাণে তিতি তিতি আছে.... 
কাইলৈ বুলি জীৱনৰ সুখ বিচাৰি।

জীৱন উপন্যাস( মোৰ)!
অথচ হাঁহিৰ চৰিত্ৰটি প্ৰৱেশ কৰাবলৈ তেওঁজন ব্যস্ত হৈ আছে ...,
সুৰৰ লহৰৰ মাজত জীৱন যুদ্ধ কৰি।। ভালপোৱাবোৰ শিপাই যায়.... 

nojotouser9103025844

sangita

New Creator