Nojoto: Largest Storytelling Platform

Goodbye Love কি কৰোঁ কি নকৰোঁ.. মগজুত এতিয়া যেন

Goodbye Love  কি কৰোঁ কি নকৰোঁ.. 
মগজুত এতিয়া যেন যুজঁ চলিছে 
বহুতো কথা আছিল ক'ব লগা।
 ভাগৰি পৰিছোঁ  নিজকে মিছা কৈ ..কৈ
খং অভিমান বোৰ আঁতৰাই
 তোমাৰ দুবাহুত জিৰাব মন যায়। 
কিয়নো এনে হয় বাৰে বাৰে মোৰ লগত 
জাক হৃদয়ৰ আপোন বুলি ভাবো
তেওঁ চোন.. দূৰলৈ গুচি যায়।
তোমাক বহুত ভাল পাওঁ অ' সোণ
প্ৰকাশ কৰিব নোৱাৰোঁ মই আনৰ দৰে ভালপোৱা 
মই নাজানোঁ আনৰ দৰে মৰম দিব তোমাক 
হয়তো কোনো দিনেই নোৱাৰিম 
কিমান ভালপোৱা আছে তোমালৈ ক'ব 
অভিমান বোৰে চোন বাট ভেটি ধৰে...। 
বহুত ভাৰ পাওঁ অ'সোণ..তোমাক 
i miss u #miss_you_jaan
Goodbye Love  কি কৰোঁ কি নকৰোঁ.. 
মগজুত এতিয়া যেন যুজঁ চলিছে 
বহুতো কথা আছিল ক'ব লগা।
 ভাগৰি পৰিছোঁ  নিজকে মিছা কৈ ..কৈ
খং অভিমান বোৰ আঁতৰাই
 তোমাৰ দুবাহুত জিৰাব মন যায়। 
কিয়নো এনে হয় বাৰে বাৰে মোৰ লগত 
জাক হৃদয়ৰ আপোন বুলি ভাবো
তেওঁ চোন.. দূৰলৈ গুচি যায়।
তোমাক বহুত ভাল পাওঁ অ' সোণ
প্ৰকাশ কৰিব নোৱাৰোঁ মই আনৰ দৰে ভালপোৱা 
মই নাজানোঁ আনৰ দৰে মৰম দিব তোমাক 
হয়তো কোনো দিনেই নোৱাৰিম 
কিমান ভালপোৱা আছে তোমালৈ ক'ব 
অভিমান বোৰে চোন বাট ভেটি ধৰে...। 
বহুত ভাৰ পাওঁ অ'সোণ..তোমাক 
i miss u #miss_you_jaan