#ভাগ্য নে কোনোবা অদৃশ্য শক্তি# সময়ৰ দাবী মানিবই লাগিব । NERIMৰ পিছত চাগে!!! ...বহুতো সুযোগ আহিছিল, কিন্তু একমাত্ৰ সময়ৰ দাবীয়ে দেখাদেখি হ'ব নিদিলে। সময়ৰ দাবী আকৌ আহিব; ...সুযোগ,সুবিধা সকলো হ'ব মোৰ, ....তোমাৰ । সময়ে আমালৈ অতুলনীয় কাব্যিক সৌন্দৰ্য্যৰ দিনবোৰ লিপিবদ্ধ কৰিছে, একমাত্ৰ সময়ৰ দাবীত আজিৰ অচিনাকী দুজন অহাকালিৰ চিনাকী হ'বলৈ বাধ্য.... সময়ৰ ঢৌৱে বিচাৰিলে পুনৰ হ'ব মিলন, হয়তো হ'ব মধুময় মানভঞ্জন... ♥️ #समयकेसाथ