চকুৰ আগৰ বিফলতাবোৰে সপোন গঢ়াৰ মোৰ সাহসকণ হেৰুৱাইছে । সেয়ে চকুহাল বন্ধ কৰো, কিন্ত্ত অন্ধকাৰত দেখোন সপোনবোৰ ডাঙৰ হ'বহে ধৰিছে । ~অণ্স্ #LoveYourDream