অনুভৱ মন উৰণীয়া দেহা দুদিনীয়া তথাপিও মনত হেপাঁহ নপলাই হাবাথুৰি খাই বিচাৰি ফুৰো মোৰেই থাকক সকলো মইয়েই হওঁ ৰজা বা ৰাণী । by Asthajita kakoti #Freedom a poem in Assamese