লৰালি কালত সমনীয়াৰ সৈতে নদীৰ পাৰৰ শুকান বালিত, সজোৱা বালিঘৰটো যেনে নদীৰ বুকুত ৰল। তোমাৰ লগত জীৱনৰ দুখুজ চলাৰ সপোনটো যেন এই নদীৰ বুকুতে জাহ গল। #বালিঘৰ #yqbaba #yqbandhoi #yqassamese #yqassamesequote #yqdada #life