কথা দিছো, আমাৰ প্ৰণয়ে পৰিচয় নাপালেও, আজন্মৰ বাবে মোৰ হৃদয়ৰ পৰিচয় তুমিয়েই বহন কৰিবা! জীৱন বাটত তোমাৰ হাত খামুচিব নোৱাৰিলেও নাই , আঁতৰত থাকি তোমাৰ শুভাকাংক্ষী হ'লেও হম। সহযোগ কৰিব পাৰে😊😊 #অসমীয়া #assamese #বিপ্লৱ #biplob #collab #YourQuoteAndMine Collaborating with Biplob Sonowal