#আবেলি সাঁথৰ সাঁথৰ জীৱন নিৰন্তৰ এখন যুঁজ নিজৰেই লগত তথাপিও মায়া জাগে এই জীৱনলৈ এটি প্ৰাৰ্থনা অহৰহ বাজি থাকে বুকুত "জীৱন, তই কুশলে থাক।" ©Kabita #আবেলী