Nojoto: Largest Storytelling Platform

Part1. এদিনাখনৰ কথা এগৰাকী মহিলা অত্যন্ত পেটৰ বিষত

Part1.
এদিনাখনৰ কথা এগৰাকী মহিলা অত্যন্ত পেটৰ বিষত জুৰুলা হৈ পৰিছে এনেতে স্বামীয়েকে গাঁৱৰ কেইগৰাকীমান মহিলাক তৎক্ষণাৎ মাতি পঠিয়ালে। মহিলাকেইগৰাকীও নিজৰ সমস্ত কাম এৰি মানুহজনৰ কথা শুনি সিঁহতৰ ঘৰলৈ বুলি আগবাঢ়িলে। ইতিমধ্যে মহিলাগৰাকীয়ে বিছনাত অসহনীয় বিষত উফ-আহ কৰি আছে। এনেতে গাঁৱৰ মহিলাকেইগৰাকী কোঠালীটোলৈ প্ৰৱেশ কৰি লগে-ভাগে মহিলাগৰাকীক শশ্ৰুষা কৰিবলৈ লৈছে 
। কিছুসময় পিছত জানিব পৰা গৈছে যে মহিলাগৰাকীৰ এজন পুত্ৰ সন্তানৰ জন্ম হৈছে। 
             খবৰটো পাই দেউতাকে আনন্দত আত্মহাৰা হৈছে। দুজন পুত্ৰ সন্তানৰ দেউতাক হলো বুলি ওচৰ চুবুৰীয়াক ও জনাইছে। আচলতে মানুহ হালৰ এয়া দ্বিতীয় পুত্ৰ সন্তান প্ৰথম পুত্ৰৰ ইতিমধ্যে ৫ বছৰ বয়স হৈছে। deuta.

#NightPath