Nojoto: Largest Storytelling Platform

আপোন জন।। হয়তো আজি হে উপলব্ধি কৰিছোঁ আপোনবোলি ভ

আপোন জন।।


হয়তো আজি হে উপলব্ধি কৰিছোঁ 
আপোনবোলি ভবা জনক হেৰুৱাৰ ভয়
তাক ওচৰত গৈ ,
আকৌ এবাৰ চুই চোৱাৰ হেঁপাহ।।
অথচ মই অসহায়।।।
নিৰৱতাত চকুলো টুকিছোঁ 
বাৰে বাৰে তোৰ মাতটোৱে যেন
 চিঞৰি মাতিছে মোক।।।
আহ,এবাৰ আকৌ কোলাত তুলি ল বুলি।।
তোৰ চকুৰে নিগৰি অহা অশ্ৰু য়ে যেন
হেতালি লগিছে মোৰ বুকুত।।।।
আহ।।। বৰ বিৰক্তিকৰ এই কষ্টবোৰ চোন।।।

@দীপিকা বৰদলৈ।। #for someone#prayfor him#miss him...#love him always....
আপোন জন।।


হয়তো আজি হে উপলব্ধি কৰিছোঁ 
আপোনবোলি ভবা জনক হেৰুৱাৰ ভয়
তাক ওচৰত গৈ ,
আকৌ এবাৰ চুই চোৱাৰ হেঁপাহ।।
অথচ মই অসহায়।।।
নিৰৱতাত চকুলো টুকিছোঁ 
বাৰে বাৰে তোৰ মাতটোৱে যেন
 চিঞৰি মাতিছে মোক।।।
আহ,এবাৰ আকৌ কোলাত তুলি ল বুলি।।
তোৰ চকুৰে নিগৰি অহা অশ্ৰু য়ে যেন
হেতালি লগিছে মোৰ বুকুত।।।।
আহ।।। বৰ বিৰক্তিকৰ এই কষ্টবোৰ চোন।।।

@দীপিকা বৰদলৈ।। #for someone#prayfor him#miss him...#love him always....