কবিতাৰ চোতালত শব্দৰ কৰুণ গাথা শ্বাশত শব্দৰ আঘাত.. সুগন্ধি পখিলাৰ পাতত কিবা এটা নাই.. .. .. আমি নিৰুপায় নাহে আৰু হীৰু দা দুনাই ! পলমকৈ শ্ৰদ্ধাৰে সোবৰিলো মোৰ গানৰো গানৰ মোৰ প্ৰাণৰো প্ৰাণৰ কবিলৈ ... paying tribute to Heren Bhatta.