\\সুৰা// ~নিৰস বাস্তৱৰ আমিবোৰ নীৰৱ দৰ্শক। ভেজাল বাক্যবোৰ, মুখা পিন্ধা একোটা পশু, অৰুণ প্ৰভাৰ আশা দিয়া, কিন্তু বতৰ ডাৱৰীয়া; ...অমিবোৰ ভাৱৰীয়া। সুৰা কিয় আহি নামে জীৱনত? কিয় মানুহৰ নামত 'মদাহী' যোৰ খুওৱা হয়? কেঁচুৱা কালৰ চলচলিয়া চকুজুৰি আজি কিয় শুষ্ক, ৰঙচুৱা? আপুনি সুধিছে এবাৰ? আপুনি সুধিছেনে মদ খাই ৰং পাইছ' ; নে নিজকে শেষ কৰি দিবলে এয়া কি হাবিয়াস?? সুৰা কিয় নামে জীৱনত? উৎসৱৰ মাদকতায়ে কমি গ'ল; নে শেষ হ'ল বান্ধোনৰ আপোনতাবোৰ? আপুনি সুধিছে এবাৰ? সুৰা কিয় নামে জীৱনত?? #wine