শৰৎ কালৰ আবেলিত ঘৰমুৱা বেলিয়ে হেঙুল কৰি তোলা তাইৰ আধাভিজা চুলিটাৰীৰ সেমেকা সুবাসত আমোলমোল হৃদয় পদূলি কুঁৱলীৰ মাজে মাজে হৰিণী দুচকুৰ মায়াবী চাৱনিত বিচাৰি ফুৰিছে নেকি কোনো অচিন প্রেমিকে গভীৰ প্ৰণয়ৰ মাতাল ৰাগিনী ? তেজৰঙা ওঁঠৰ মাজেৰে ভাঁহি অহা মিচিকি হাঁহিৰ পৰসে যেন মতলীয়া কৰিছে কোনো নিজান চহৰৰ অজান বাটৰুৱাৰ প্ৰাণ .. যেন নামিছে তাৰ বুকুলৈ কাহানিও নুবুজা প্ৰেমৰ বান... To my best friend