ধৰ্মই মানুহক একত্ৰিত কৰি ৰাখে, জীৱনৰ প্ৰত্যাহৱানবোৰৰ সন্মুখীন হৈ জীয়াই থাকিবলৈ শক্তি প্ৰদান কৰে; গতিকে ধৰ্মৰ নাম লৈ কৰা হিংসাত্মক কাৰ্য্য কেতিয়াও ধৰ্মৰ অংশ হ'ব নোৱাৰে। -ফাৰহানা #Nojoto#religion#assamese#quotes#