উৰুখা পঁজাটিতহে চলিব শব্দৰ আবদাৰ। (মই জনাত )ৰঙীল দেৱালখনিয়ে কাহানিও নুবুজিব প্ৰণয়ৰ গভীৰ শ্লগান। অনুভৱে উচুপিলে ৰঙা মাটিৰ লেপখিনিয়ে, চকুলোবোৰ মচি থব। যদি হাঁহে... টকৌপাতখিলাৰ সুৰুঙাৰটিৰে --- আকাশৰ জোনটিয়ে ভালপোৱাবোৰ সামৰি থব। কিন্তু কবিতাই কান্দিলে , মইয়ো কান্দিছো বুলি আপুনি কিন্ত মোক ভুল নুবুজিব। -------------------------শেষত অনুভৱবোৰৰ বয়স বাঢ়িলে কপি উঠা হাতখনিক সঁহাৰি কোনে দিব..........? #yqbandhoi #yqassamese #writersofassam #assamesepoetry #assameselovepoetry