Nojoto: Largest Storytelling Platform
bikashbhuyan7962
  • 14Stories
  • 37Followers
  • 65Love
    0Views

Bikash Bhuyan

  • Popular
  • Latest
  • Video
07de92c07e553c6314ae2b38919acbb5

Bikash Bhuyan

Nowboicha college

Nowboicha college

07de92c07e553c6314ae2b38919acbb5

Bikash Bhuyan

তুমি আতৰি গৈচা বুলি
এইটো নহয় যে মইও তোমাৰ পৰা আতৰি আহিম,
মই তোমাৰ কাষতে থাকিম
যেতিয়া লৈকে তেজৰ নৈ হিয়াৰ মাজেৰে বৈ থাকিব love

love

07de92c07e553c6314ae2b38919acbb5

Bikash Bhuyan

Wish you many many happy return of the day 
DHUNTI birthday

birthday

07de92c07e553c6314ae2b38919acbb5

Bikash Bhuyan

Happy Birthday 
DHUNTI birthday

birthday

07de92c07e553c6314ae2b38919acbb5

Bikash Bhuyan

সকলো হাঁহিৰ 
আৰে আৰে 
কিছূমান বিষাদ ঢৌ  নাচি  ফুৰে
যাক আনে নেদেখে কিন্তু
সি জ্বলাই জ্বলাই মাৰে

07de92c07e553c6314ae2b38919acbb5

Bikash Bhuyan

ঠিকনা
______
               🖋 বিকাশ জ্যোতি ভূঞা

টেবুলৰ ওপৰত এখন চিঠি পাইছিলো
ঠিকনাটো মোৰে আছিল,
লিখিছিল অতীত বোৰ 
সপোন হিচাপে পাহৰি যোৱা
আৰু জীৱনটো নতুনকৈ আৰম্ভ কৰা
শেষত কৈছিল বিয়ালৈ আহিবলৈ নাপাহৰিবা,
খামটোৰ পৰা যন্ত্ৰণা বোৰ ক'ৰবালৈ
উৰা মাৰিছিল,
তোমাৰ নিমন্ত্ৰণটো পায়,
টুপ টুপকৈ খহি গৈছিল হৃদয়ৰ বেদনা বোৰ,
কিন্তু তোমাক বিয়াত
দিবলৈ মোৰ একো নাই
তুমি দিয়া দৰেই এখন চিঠিৰ বাহিৰে,
য'ত লিখা থাকিব মোৰ শেষ ঠিকনা
পথাৰৰ মূৰৰ আঁহত জোপা..........

07de92c07e553c6314ae2b38919acbb5

Bikash Bhuyan

প্ৰতি খন ছবিয়ে এটা কথাকে শিকায় যে অতীত বোৰ সদায় সপোন আৰু বৰ্তমান বোৰ সংগ্ৰাম

07de92c07e553c6314ae2b38919acbb5

Bikash Bhuyan

কবিতাৰ শিৰোনাম চাকৰি
ৰচনা আৰু আবৃত্তি বিকাশ জ্যোতি ভূঞা

কবিতাৰ শিৰোনাম চাকৰি ৰচনা আৰু আবৃত্তি বিকাশ জ্যোতি ভূঞা

07de92c07e553c6314ae2b38919acbb5

Bikash Bhuyan

ঠিকনা
ৰচনা - বিকাশ জ্যোতি ভূঞা
আবৃত্তি - ৰাজদ্বীপ শইকীয়া

ঠিকনা ৰচনা - বিকাশ জ্যোতি ভূঞা আবৃত্তি - ৰাজদ্বীপ শইকীয়া

07de92c07e553c6314ae2b38919acbb5

Bikash Bhuyan

ঠিকনা
ৰচনা - বিকাশ জ্যোতি ভূঞা
আবৃত্তি - ৰাজদ্বীপ শইকীয়া

ঠিকনা ৰচনা - বিকাশ জ্যোতি ভূঞা আবৃত্তি - ৰাজদ্বীপ শইকীয়া

loader
Home
Explore
Events
Notification
Profile