Nojoto: Largest Storytelling Platform
nilinamul9777
  • 71Stories
  • 210Followers
  • 477Love
    6.5KViews

Nil Inamul

মই এজন সীমাহীন কবি

  • Popular
  • Latest
  • Video
2b74d0eceaa4ddfa11420b688f667f29

Nil Inamul

অসমীয়া আৰু কোন কোন আছে ??
অসমীয়াগিৰী দেখাও বলক Nojoto তো।

©Nil Inamul #OneSeason
2b74d0eceaa4ddfa11420b688f667f29

Nil Inamul

আকৌ
 উভতি আহিলো 
Nojoto তোমাৰে
 ঠিকনা বিচাৰি

©Nil Inamul
  #OneSeason
2b74d0eceaa4ddfa11420b688f667f29

Nil Inamul

বন্ধুত্ব 
এটি সম্পৰ্কই নহয়
ই
 জীৱনৰ অন্য
এক নাম

©Nil Inamul

2b74d0eceaa4ddfa11420b688f667f29

Nil Inamul

#propose
2b74d0eceaa4ddfa11420b688f667f29

Nil Inamul

তুমি 
যদি মোৰ হোৱা 
মই সদায়
 তোমাৰ হৈ ৰম!

©Nil Inamul #withyou
2b74d0eceaa4ddfa11420b688f667f29

Nil Inamul

আজি আকৌ বৰকে মনত পৰি আছে 
তোমাৰ কথা…
ক্ষমাকৰিবা এই দিন তোমাৰো আহিব 
অতি সোনকালে !! missing sm1

missing sm1

2b74d0eceaa4ddfa11420b688f667f29

Nil Inamul

 Real love

Real love #nojotophoto

2b74d0eceaa4ddfa11420b688f667f29

Nil Inamul

দীপান্বিতা যদিও পোহৰৰ উৎসৱ।
এই উৎসৱত কেৱল পোহৰৰ সমাহাৰেই নঘটক, সমাহাৰ ঘটক আনন্দ, আশা আৰু উন্মাদনা ও ভ্ৰাতৃত্বৰ…
আৰু মাটিৰ চাকিৰে পালিত হওঁক এক প্ৰদূষণ মুক্ত দীপাৱলি তাৰে আশাৰে সকলোকে পোহৰৰ উৎসৱ দীপাৱলি আন্তৰিক শুভেচ্ছা জনালোঁ💚
                                👉ইনামুল আমিন☝️

2b74d0eceaa4ddfa11420b688f667f29

Nil Inamul

কিয় ভাল লাগে ভালপোৱাবোৰ 
কিয় মন যায় আপোন কৰি লবলৈ মানুহবোৰ🤔
কিবা কওঁ কওঁ বুলি ভাৱিও কিয় কব নোৱাৰো শব্দবোৰ কিয়🤔

2b74d0eceaa4ddfa11420b688f667f29

Nil Inamul

এই ধৰিত্ৰীত মানুহৰ অভাৱ নাই,কিন্তু অভাৱ আছে মানুহৰ !!!!

loader
Home
Explore
Events
Notification
Profile