Nojoto: Largest Storytelling Platform
sushildoley4594
  • 179Stories
  • 49Followers
  • 1.7KLove
    296Views

Sushildoley Official

Student of Madhabdev University. BA in Economic.

  • Popular
  • Latest
  • Video
71767a119fbf1a47aa83c4b3a1846200

Sushildoley Official

না ক'ল, না মেচেজ
কিবা এটা যেন আচহুৱা আচহুৱা অনুভব
নাই একোৱেই ভাল লাগি থকা নাই

©Sushildoley Official #TereHaathMein
71767a119fbf1a47aa83c4b3a1846200

Sushildoley Official

আমাৰ মাজত যি আছিল সেয়া আচলতে প্ৰেম নাছিল

©Sushildoley Official #Chess
71767a119fbf1a47aa83c4b3a1846200

Sushildoley Official

হে' চাকৰি মুখী অসম! চাকৰিত কি আছে? সকলোৰ চিন্তা যে কেৱল চাকৰি চাকৰি! 
ভাবানেকি চাকৰি মানেই মুক্তি, চাকৰি মানেই শান্তি... 
ভাবানেকি চাকৰি মানেই সকলো সমস্যাৰ সমাধান
চাকৰি মানেই নহয় সোণৰে কাৰেঙ, চাকৰি মানেই নহয় সকলো সমস্যাৰ সমাধান...
সেই কথা এবাৰ আপুনি সুধিব পাৰা চাকৰি জীৱি কোনো ব্যক্তিক যে- তেওঁ চাকৰি কৰি কিমান সুখী, সুধিব পাৰা চাকৰি জীৱনত তেওঁ পৰিয়ালক কিমান সময় দিব পাৰিছে?.... তেতিয়া গম পাবা সকলো কথা, হয়তো তেতিয়া তুমিও সলনি কৰিবা তোমাৰ চিন্তা.....

©Sushildoley Official #KhoyaMan
71767a119fbf1a47aa83c4b3a1846200

Sushildoley Official

71767a119fbf1a47aa83c4b3a1846200

Sushildoley Official

শূন্যৰ পৰা আৰম্ভণি মোৰ পৰিকল্পনা
বহু ভাবিলো, বহু যুজিলো মই মোৰ নিজৰ মাজত
মোৰ চিন্তা যে নিমিলে আন কাৰো লগত
এতিয়া মোৰ চিন্তাই মোৰ শক্তি
এদিন সেই চিন্তাৰে উজ্জ্বলি উঠিব মোৰ ঠিকনা
সেয়ে মোৰ জীৱনজোৰা পৰিকল্পনা
আগুৱাই যাওঁ আগুৱাই যাওঁ, মাথোঁ আগুৱাই যাওঁ!...

©Sushildoley Official #Barsaat
71767a119fbf1a47aa83c4b3a1846200

Sushildoley Official

পৰিবৰ্তন
সময়ৰ সোঁতত সকলো পৰিবৰ্তন হয়। 
মানুহৰ ঠিকনা, চিন্তা, প্ৰেম, বন্ধুত্ব আদি সকলো সম্পর্ক। কিয়নো, সময় সাপেক্ষে আমাৰ প্ৰয়োজনীয়তাও ভিন্ন হয়।

©Sushildoley Official #Khushiyaan
71767a119fbf1a47aa83c4b3a1846200

Sushildoley Official

সময়ৰ অগ্রগতি... 
মন কেলি মেলি...

©Sushildoley Official #Pattiyan
71767a119fbf1a47aa83c4b3a1846200

Sushildoley Official

White যদিও নাই লিখা
মোৰ ভাগ্য মই নিজেই লিখিম
মোৰ ভাগ্য মই নিজেই গঢ়িম

©Sushildoley Official ভাগ্য

#Ambitions

ভাগ্য #Ambitions

71767a119fbf1a47aa83c4b3a1846200

Sushildoley Official

ময়ো জানো, সময় আৰু পৰিস্থিতিয়ে মানুহৰ সম্পর্ক তথা ঠিকনা সলনি কৰে। কিন্তু, তোমাৰ ক্ষেত্রত কথাতো কিছু ভিন্ন আছিল। কিন্তু, কি কৰিবা

©Sushildoley Official #Ambitions
71767a119fbf1a47aa83c4b3a1846200

Sushildoley Official

সপোন, সপোন সকলোৱে দেখে
অথচ্ প্ৰত্যেকৰে সপোনত ভিন্নতা চিৰ-বিৰাজমান...

©Sushildoley Official #worldmusicday
loader
Home
Explore
Events
Notification
Profile