Nojoto: Largest Storytelling Platform
aisha4653894936046
  • 6Stories
  • 10Followers
  • 66Love
    495Views

jaanbi

✍️

  • Popular
  • Latest
  • Video
80dab936cdac712b63bfd2fe92a6fc06

jaanbi

//যদি তুমি ভগৱানৰ পৰা কাৰোবাক বিচাৰি আছা কিন্তু যদি পোৱা নাই 
তেতিয়াহলে এইটো ভাবিবা যে তোমাক কোনোবাই ভগৱানৰ 
পৰা বিচাৰি আছে যাৰ প্রার্থনা তোমাত কৈ বেছি শক্তি আছে//🍃

©jaanbi
  #uskaintezaar
80dab936cdac712b63bfd2fe92a6fc06

jaanbi

তুমি কাৰোবাক নাপালে

মৰি যাবা সেইটো হ'ল আৱেগ,

তোমাক জন্ম দিব গৈ এজনী মাতৃয়ে

মৃত্যুৰ লগত যুদ্ধ কৰি আহিছে

সেইটো হ'ল বাস্তৱতা।🍁

©jaanbi
  #MothersDay
80dab936cdac712b63bfd2fe92a6fc06

jaanbi

হাজাৰজন নালাগে কথা পাতিবলৈ,

কেৱল তোমাকহে লাগে 

হাজাৰটা কথা ক'বলৈ।
🫂♥️

©jaanbi
  #sadquote
80dab936cdac712b63bfd2fe92a6fc06

jaanbi

সত্যই অলপ সময়ৰ বাবে 
কষ্ট দিয়ে, কিন্তু মিছা 
কথাই আজীৱন কষ্ট দিয়ে।🌾💫

©jaanbi
  #PhisaltaSamay
80dab936cdac712b63bfd2fe92a6fc06

jaanbi

ভালপোৱা আজীৱন জীয়াই থাকে,
কেতিয়াবা কবিতা হৈ, কেতিয়াবা স্মৃতি হৈ

©janbi
  #kinaara
80dab936cdac712b63bfd2fe92a6fc06

jaanbi

প্ৰেম এক সংগ্ৰাম হয় হৃদয়ৰ আৰু এই সাহস মই,
মুখেৰে কয় মুখনি মাৰিব নিবিচাৰোঁ, 
এটা সঁচা সম্পৰ্কৰ পাতনিৰ পৰা সামৰণি লৈ যি যাত্ৰা একেলগে পাৰ কৰিব বিচাৰো//
হয়টো তোমাৰ সুখত উপভোগী হবলৈ প্ৰত্যেক জন এ থিয় হব, 
কিন্তু দুখত সমভাগি কেৱল মই হব বিচাৰোঁ, আৰু এই স্থান মই কাৰোকে দিব নিবিচাৰোঁ।।

©janbi
  poem

poem #Love


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile