Nojoto: Largest Storytelling Platform
parismitadas6491
  • 23Stories
  • 36Followers
  • 171Love
    362Views

Parismita Das

Artist

  • Popular
  • Latest
  • Video
c7263165c113035d62a6d9854499340f

Parismita Das

সম্পৰ্কৰ ভাঙোনে ডিঙি চেপি ধৰিছে
এবাৰ ভঙা সম্পর্ক  জানো আকৌ একে হ'ব পাৰে   !!!!!!!

©Parismita Das
c7263165c113035d62a6d9854499340f

Parismita Das

শুনাচোন, মানুহে কোৱা কথাবোৰ বিশ্বাস নকৰো , 
কাৰণ তোমাৰ লগত পাৰ কৰা সময়বোৰে সকলো কৈ দিয়ে ।

©Parismita Das #love # M ❤ P

love # M ❤ P #Quotes

c7263165c113035d62a6d9854499340f

Parismita Das

তুমি আঁতৰত থাকিলে অভিমান বাঢ়ে
ওচৰত আহিলে অভিমানবোৰ মৰম  হৈ গ'লে  ।

©Parismita Das love
#Nature

love #Nature

c7263165c113035d62a6d9854499340f

Parismita Das

শুনাচোন...
মোৰ কিছু অনুভব তোমাক কওঁ..
প্ৰথম চিনাকীৰ পৰা তোমাৰ প্ৰতি এক সুকীয়া অনুভব..
প্ৰেমৰ গছ জোপাই যেন খামুচি ধৰিছে তোমাৰ মাততে 
তোমাৰ মাতেই যেন তোলপাৰ লগাইছে মোৰ কলিজাত..
আবেগৰ নৈ খন যেন ভাঙি যাব খোজে..
ক'ব খোজে মোৰ মনৰ আকাশ তলৰ কথা বোৰ..
তোমাৰ প্ৰেমৰ প্ৰস্তাৱে যেন এই নৈত জোৱাৰ তুলি দিলে..
মনৰ কথা বোৰ তোমাক কেনেকৈ বুজাওঁ..
ভাল পোৱাৰ এই নিস্বাৰ্থ শিহৰণ কেবল তোমাৰ বাবে..

©Parismita Das #pyaar
c7263165c113035d62a6d9854499340f

Parismita Das

তুমি মোৰ কিমান আপোন নুসুধিবা
তোমাক কবলে মোৰ শব্দৰ অভাৱ
কষ্ট যদি তোমাৰ হয় 
তাৰ অনুভব মোৰ হয়
সুখ যদি তোমাৰ হয় 
তাৰ হাঁহিটো মোৰ মুখত বিৰিঙে 
তুমি নকলেও তোমাৰ মাত শুনিলেই 
তোমাৰ মনৰ আবেগ অনুভূতি বুজি পাওঁ
এইয়াই চাগে মোৰ বুজাব নোৱাৰা প্ৰেম
তোমাৰ প্ৰতি ❤️

©Parismita Das Love 
#Couple

Love #Couple

c7263165c113035d62a6d9854499340f

Parismita Das

#5LinePoetry तेरे लिए मेरा ये एहसास कुछ अलग है
महसुस ना किया था इसको कभी 
हमेशा रहना मेरे साथ ऐसे ही
कभी खतम ना हो तेरी मेरी कहानी..

©Parismita Das #mylove 🌎
c7263165c113035d62a6d9854499340f

Parismita Das

শুনাচোন.... 
মনত আছেনে তোমাৰ
আমাৰ প্ৰথম চিনাকি
সন্ধিয়াৰ বিয়লিত
দুচকুত চকু থৈ
অচিনাকিৰ মাজতো 
যেন চিনাকীৰ কিৰিলি
আৰু কিছু মিঠা মিঠা অনুভূতি .....

©Parismita Das প্ৰথম ভাল পোৱাৰ অনুভৱ


#mylovethisisforyou..
Always stay with me 🌎

প্ৰথম ভাল পোৱাৰ অনুভৱ #mylovethisisforyou.. Always stay with me 🌎

c7263165c113035d62a6d9854499340f

Parismita Das

মা বহুত দিন খাব পোৱা নাই
মোৰ বৰ ভোক লাগিছে মা..

বোপাই অ চিন্তা নকৰিবি
সেই খন মানুহৰ গাঁও
সকলোৱে কয় মানুহ জীৱ শ্ৰেষ্ঠ
তেওঁলোকে সকলোকে সহায় কৰে
অামি তালৈকে যাঁও কিবা খাবলে পাম


মানুহ জীৱ শ্ৰেষ্ঠ বুলি আহিছিলো
মই গৰ্ভৱতী মোক সহায় কৰিব বুলি ভাবিছিলোঁ
নিমাত জীৱ কাৰণে তেওঁলোকে মোৰ ৰং চালে
বোপাই শুন কেতিয়াও জীৱ শ্ৰেষ্ঠ হৈ জন্ম নলবি
এনেকুৱা লোক যদি জীৱ শ্ৰেষ্ঠ 
তেতিয়া মই নিমাত জীৱ হৈয়ে থাকিম 



🖋 পৰিস্মিতা দাস 😢

😢

c7263165c113035d62a6d9854499340f

Parismita Das

c7263165c113035d62a6d9854499340f

Parismita Das

গৰ্ভপাত

গৰ্ভপাত

loader
Home
Explore
Events
Notification
Profile