Nojoto: Largest Storytelling Platform
nikumonialaskar5912
  • 23Stories
  • 37Followers
  • 163Love
    562Views

Nikumoni A Laskar

  • Popular
  • Latest
  • Video
e34d9faef240bddad2169cd03bca3bbc

Nikumoni A Laskar

অসফল হোৱা মানেই হাৰি যোৱা নুবুজাই🤗
সহাঁৰি নাপালে নিজৰ ভাল লগা কামবোৰ যে এৰি দিম তেনেকুৱা নহয় জীৱন থাকে মানে ভাল লগা কামবোৰ কৰি যাম আনে গ্ৰহন কৰক বা নকৰক ।
কোনো মানুহেই সম্পূৰ্ন নহয় গতিকে মোৰ ভাললগা কামবোৰ কৰোতে ভুল হ'বই তাৰ ওপৰত সমালোচনাও হ'ব । মই ভাল লগা বোৰ কৰি যাওঁ কিন্তু কেতিয়াও কব খোজা নাই যে মোৰ বহুত প্ৰতিভা আছে মই বহুত জানো;একো নাজানো কিন্তু সময়বোৰক ব্যস্ত ৰাখিবৰ বাবেই শব্দবোৰৰ মাজত নিজক বিচাৰো 🤗কথা সিমানেই তাতকৈ একো বেছি নহয় ।ভাললগা কামবোৰক বহুতে চাপৰ্ট কৰে সহাঁৰি দিয়ে যাৰ বাবে আৰু এখোজ আগুৱাবলৈ শক্তি পাওঁ ।কিন্তু এনেকুৱা নহয় যে সহাঁৰি নোপোৱাৰ বাবে নিজৰ সপোনবোৰৰ ওচৰত হাৰ মানিম ।

©Nikumoni A Laskar #SuperBloodMoon
e34d9faef240bddad2169cd03bca3bbc

Nikumoni A Laskar

অসফল হোৱা মানেই হাৰি যোৱা নুবুজাই🤗
সহাঁৰি নাপালে নিজৰ ভাল লগা কামবোৰ যে এৰি দিম তেনেকুৱা নহয়
 জীৱন থাকে মানে ভাল লগা কামবোৰ কৰি যাম আনে গ্ৰহন কৰক বা নকৰক ।
কোনো মানুহেই সম্পূৰ্ন নহয় গতিকে মোৰ ভাললগা কামবোৰ কৰোতে ভুল 
হ'বই তাৰ ওপৰত সমালোচনাও হ'ব । মই ভাল লগা বোৰ কৰি যাওঁ কিন্তু
 কেতিয়াও কব খোজা নাই যে মোৰ বহুত প্ৰতিভা আছে মই বহুত জানো;একো নাজানো কিন্তু সময়বোৰক ব্যস্ত ৰাখিবৰ বাবেই শব্দবোৰৰ মাজত নিজক 
বিচাৰো 🤗কথা সিমানেই তাতকৈ একো বেছি নহয় ।ভাললগা কামবোৰক 
বহুতে চাপৰ্ট কৰে সহাঁৰি দিয়ে যাৰ বাবে আৰু এখোজ
 আগুৱাবলৈ শক্তি পাওঁ ।কিন্তু এনেকুৱা নহয় যে সহাঁৰি নোপোৱাৰ বাবে 
নিজৰ সপোনবোৰৰ ওচৰত হাৰ মানিম ।

©Nikumoni A Laskar #SuperBloodMoon
e34d9faef240bddad2169cd03bca3bbc

Nikumoni A Laskar

এয়া প্ৰেম নেকি ? 
তোক লগ পোৱাৰ পাছৰেপৰা দুভাগ ৰাতি প্ৰিয় 
গানতোৰ মাজত বিলিন হৈ পৰা সময়খিনিত 
তোৰ মুখখনি যে ভাহিঁ উঠে সেয়া বাৰু কি?
নিবিড় মূহুৰ্তবোৰত প্ৰিয় বান্ধৱীজনীৰ আগত
 নজনাকৈ  মুখেৰে ওলোৱা তোৰ গুন -গানবোৰ ?
অকলশৰীয়া নিবিড় সময়বোৰত প্ৰান খুলি
  তোৰ আগত অনৰ্গলভাৱে নিৰ্ভয়ে কোৱা কথাবোৰ ,
তোৰ কাষত এখন্তেক বহি হিয়া উজাৰি দিয়া ক্ষোভবোৰ?
এৰা এয়াই হয়তো প্ৰেম ...
য'ত থাকে মৰম ভালপোৱা বুজাবুজি । 
য'ত হৃদয়ৰ ভাষা বুজিবলৈ শব্দ নহয় চকুৰ চাৱনিয়েই যথেষ্ট 😍
য'ত পৰিস্থিতিৰ তাগিদাত মৰমে স্বীকৃতি নাপায়;
 অথচ কাষত নাথাকিও হৃদয়ত আজীৱন সজীৱ হৈ ৰৈ যায়❣️
              @নিতুচপ্ৰিয়া

©Nikumoni A Laskar #Love
e34d9faef240bddad2169cd03bca3bbc

Nikumoni A Laskar

"এটা মৰমলগা অকঁৰা"

তোৰ নিচিনা অকৰা এটাৰ 
মোৰ জীৱনত খুবেই প্ৰয়োজন❤
এটা মৰমলগা অকৰাৰ ।❤
মোৰ যে প্ৰতিটো কথাতে তই কৰা হিংসাবোৰ
মনে মনে মোৰ বহুত ভাল লাগে জান ।
আৰু তোৰ ফুলা লুচিৰ দৰে সেইমুখখন ?
তোৰ আৰে আৰে চাই কিমান সুখি হওঁ 
সেয়া তই নুবুজিবি।
এৰা বুজিবিনো কিয় ?
তইতো এটা মৰমলগা অকৰাহে 😘?
আজিলৈকেটো বুজিয়ে নাপালি __মই
তোক জ্বলাবলৈকে  অনহকত কৰা
 কাজিয়াবোৰৰ আৰঁত থকা মৰমবোৰ ।😍
যেতিয়া তই মোৰ লগত সাধাৰণভাৱে 
কথা পাত
মোৰ ক'বলৈ মন যায় জান ?
"কাজিয়া কৰো ব'ল ....
ধেই ময়ো যে .....😆
কাজিয়া হ'বলা 
নিজে নিজে কৰিম বুলি কৰে ।
নকৰে নহ্ নিজে নিজেহে হৈ যায় 
আৰু চৱ হয় তোৰ কাৰণে ।
মনত হে পৰিছে অ ....
তোক নহয় পাগল তোৰ লগত কৰা কাজিয়াবোৰ ।
কিন্তু সময়বোৰ যে ?

©Nikumoni A Laskar এনেই

#Rose

এনেই #Rose

e34d9faef240bddad2169cd03bca3bbc

Nikumoni A Laskar

#loveaajkal #তুমিতো মাথো এটি শব্দ নহয়#

#loveaajkal #তুমিতো মাথো এটি শব্দ নহয়# #poem

e34d9faef240bddad2169cd03bca3bbc

Nikumoni A Laskar

#Dreams ॥#তাই

#Dreams ॥#তাই #poem

e34d9faef240bddad2169cd03bca3bbc

Nikumoni A Laskar

#Dreams #অনুভৱ

#Dreams #অনুভৱ #poem

e34d9faef240bddad2169cd03bca3bbc

Nikumoni A Laskar

আনে যোৱা বাটে নোযোৱা ল'ৰাজন ;
তোমাৰ দুখবোৰত বিলীন হৈ 
কেতিয়ানো তোমাক ভালপাই পেলালো 
মই গমেই নাপালো । 
খুবেই মন যায় জানা তোমাৰ
 এই দুখবোৰ গুচায় সুখৰ হেঙুলীয়া 
ৰঙেৰে তোমাৰ দুচকুত হাঁহিৰ     
 আবিৰ    সানি         দিবলৈ ।
হৃদয়ৰ সচাঁ মৰমবোৰৰ বাহিৰে
 মোৰ আছেইবা কি তোমাক দিবলৈ 
তুমি মই আমি হোৱাৰ সপোনবোৰ  দেখিবলৈও যেন ভাল নালাগে  মোৰ ; 
অথচ হৃদয়ৰ সচাঁ 
অনুভূতিৰে তোমাকেই ভালপাওঁ   💚

                             - নিকুমনি #Love
e34d9faef240bddad2169cd03bca3bbc

Nikumoni A Laskar

#LOVEGUITAR #আধালেখা ডায়েৰি ৯

#LOVEGUITAR #আধালেখা ডায়েৰি ৯

e34d9faef240bddad2169cd03bca3bbc

Nikumoni A Laskar

#storytelling #আধালেখা ডায়েৰি৮

#storytelling #আধালেখা ডায়েৰি৮

loader
Home
Explore
Events
Notification
Profile