Find the Best axomiya Shayari, Status, Quotes from top creators only on Gokahani App. Also find trending photos & videos aboutaxomiya love poem, axomiya meaning in hindi, axomiya meaning in english, axomiya song, axomiya gaan download site,
fireflies
নিৰ্জনতাৰ কোলাহলৰ এটি আবেলি আৰু একাপ চাহৰ সৈতে মই মোৰ মনতো যেন চাহকাপত চুমুক দিয়া বিস্কুটৰ দৰে গলিব খোজে অচিন উমাল কোণত আৰু হেৰাই যাব খোজে আন্ধাৰৰ পৰিসীমাত ©fireflies #AssamesePoem #Assamese #Assam #Axomiyakabita #axomiya #good_morning 😊😊😊
#AssamesePoem #Assamese #Assam #Axomiyakabita #axomiya #good_morning 😊😊😊
read moreManoj Gogoi
তুলসীৰ তলে তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই শৰ ধেনু ধৰে" সকলো বন্ধু-বান্ধৱীলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। ©Manoj Gogoi তুলসীৰ তলে তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই শৰ ধেনু ধৰে" সকলো বন্ধু-বান্ধৱীলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। #Assamese #axomiya #Bihu #অসমীয়া #বিহু #manojgogoi #Traditional #Festival #Life #assameselanguage
তুলসীৰ তলে তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই শৰ ধেনু ধৰে" সকলো বন্ধু-বান্ধৱীলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। #Assamese #axomiya #Bihu #অসমীয়া #বিহু #manojgogoi #Traditional #Festival #Life #assameselanguage
read moreRiki baishya
ভাল লাগে তোমাৰ নাম, মোৰ লগত । যেন কোনোবাটো ৰাতিপুৱা, সাঙোৰ খায় থাকে, এক ৰঙীন সন্ধিয়াৰ লগত । #axomiya #deka #tezpuriyan #riki
#axomiya #Deka #tezpuriyan #riki
read more