Nojoto: Largest Storytelling Platform

নিবিৰে বন্ধুত্ব নাম দিয়া সম্পৰ্কটোৰ কথা ভাবি কুহিয়

নিবিৰে বন্ধুত্ব নাম দিয়া সম্পৰ্কটোৰ কথা ভাবি কুহিয়ে আজি নিবিৰক সোধি পেলালে..
👰ঐ শুনা না,
 মনৰ ভিতৰত সংগোপনে ৰখা প্ৰশ্নৰ ভৰাঁ‌লতো আজি খোলো দেই....উত্তৰ দিবা কিন্তু...
🤵সি ক'লে বাৰু কোৱা...
কুহিয়ে কৈ গ'ল..একপক্ষীয় প্ৰেম কি বাৰু?
"ভাল নোপোৱা বুলি জনাৰ পাছতো যাৰ এপলক চাৱনিৰ বাবে চকুযোৰে হাঁ‌হাকাৰ কৰি ফুৰে"
 সেয়াই নেকি একপক্ষীয় প্ৰেম?
 "যাক সকলোৰে পৰা লুকুৱাই হেঁপাহ পলুৱাই চাই থকাৰ পাছত হঠাৎ যদি তেওঁৰ চকুত চকু পৰে আৰু লাজে ভয়ে আৱৰি ধৰে"
 সেয়াই নেকি একপক্ষীয় প্ৰেম? 
 "যিজনে গুৰুত্ব নিদিয়া শ্বত্বেও বাৰে বাৰে তেওঁৰ Last seen চোৱা হয়"
 সেয়াই নেকি একপক্ষীয় প্ৰেম?
"যেতিয়া তেওঁৰ Statusবোৰ আন কাৰোবাৰ কাৰণে থাকে আৰু সকলো জানিও এই পাগল মনটোৱে ভাবে প্ৰতিটো বাক্য যেন মোৰ  কাৰণে লিখিছে"
 সেয়াই নেকি একপক্ষীয় প্ৰেম? কোৱানা.....
"যেতিয়া ৰাতিৰ গল্পবোৰ লাহে লাহে কমি আহে আৰু তেওঁ ব্যস্ত হৈ পৰে আন কাৰোবাৰ সপোনত যাবলৈ,সেইসময়ত যাৰ দুচকু সেমেকি উঠে..সেয়া কি বাৰু?"
 সেয়াই নেকি একপক্ষীয় প্ৰেম?
 নিবিৰৰ যেন শব্দবোৰেই হেৰাই গ'ল,বুকুৰ ভিতৰত অচিন বিষ এটা অনুভৱ কৰিলে।দুচকুত মুকুতা মণি দুটা জিলিকি উঠিল।।
 কুহিয়ে তেতিয়া হাঁ‌হি হাঁ‌হি😀😀 কৈ গ'ল আৰে পাগল ধেমালি কৰিছো।(মনটোতে ক'লে এবাৰ বুজি পোৱানা কি কৈছো😔😔☹)।।
 #একপক্ষীয় #yqbandhoi #yqassamesequote

richabhattachary1137

R...🍁

New Creator