Nojoto: Largest Storytelling Platform

অসম গ্ৰন্থ মেলা 2022, মাজুলী। মাজুলী বাসী ৰাইজৰ কা

অসম গ্ৰন্থ মেলা 2022, মাজুলী। মাজুলী বাসী ৰাইজৰ কাৰণে ই অন্যতম এক গৌৰৱউজ্জ্বল অধ্যায়। এনেই অসমৰ ইতিহাসত মাজুলীৰ স্থান অনন্য,... তাতে আকৌ অসম গ্ৰন্থ মেলা, বাহ: ভাবিলেই ভাল লাগি যায়। এই চেগতে সমুহ গ্ৰন্থ প্ৰেমি ৰাইজলৈ মোৰ ফালৰপৰা হিয়া ভৰা নিবেদন জনাইছো, এপাক হ'লেও ফাক এটা মাৰি যাব। অন্ত:ত মাজুলী প্ৰেমি ৰাইজৰ (Out ৰ) কাৰণে মাজুলী দৰ্শনো হৈ যাব...! (আৰু বিশেষ নিলিখো দিয়া।) 

তাৰিখ: ৫ ৰ পৰা ৮ এপ্রিল ২০২২
স্থান: মাজুলী মহাবিদ্যালয়, কমলাবাৰী।

©Sushildoley Official Book fair in Majuli, 2022.