Nojoto: Largest Storytelling Platform

বিচাৰি চাবা... BULBUL ISL

বিচাৰি চাবা...
     
                   BULBUL ISLAM

জীৱন মৰুৰ কোনোবা দিগন্তত..
আশাৰ পৃথিৱীৰ কোনোবা দ্বীপত
নতুবা কল্পনাৰ জগতৰ..
 কোনোবা প্ৰান্তত....
যেতিয়াই বিছাৰিবা
পোহৰৰ ক্ষীণ এটি ৰেখাৰ দৰে
তাতেই বিদ্যমান পাবা

বিছাৰি চাবা...
যদি বিচৰা..
তোমাৰ হাতৰ ভাগ্য ৰেখাত
নতুবা তোমাৰ ৰঙীন কল্পনাত
মচিব ধৰা  মোৰ ছবিটি
আশাৰ প্ৰদীপ হৈ
দূৰ আকাশত 
জিলিকি থকা নিশ্চয় দেখিবলৈ পাবা
বিচাৰি চাবা.... My first #Assamese poem in #Nojoto
বিচাৰি চাবা...
     
                   BULBUL ISLAM

জীৱন মৰুৰ কোনোবা দিগন্তত..
আশাৰ পৃথিৱীৰ কোনোবা দ্বীপত
নতুবা কল্পনাৰ জগতৰ..
 কোনোবা প্ৰান্তত....
যেতিয়াই বিছাৰিবা
পোহৰৰ ক্ষীণ এটি ৰেখাৰ দৰে
তাতেই বিদ্যমান পাবা

বিছাৰি চাবা...
যদি বিচৰা..
তোমাৰ হাতৰ ভাগ্য ৰেখাত
নতুবা তোমাৰ ৰঙীন কল্পনাত
মচিব ধৰা  মোৰ ছবিটি
আশাৰ প্ৰদীপ হৈ
দূৰ আকাশত 
জিলিকি থকা নিশ্চয় দেখিবলৈ পাবা
বিচাৰি চাবা.... My first #Assamese poem in #Nojoto
bulbulislam9510

Bulbul Islam

New Creator