Nojoto: Largest Storytelling Platform

অনুভৱৰ অনুভূতি ------- তুমি মোৰ কাষত নাই, তথাপি

অনুভৱৰ অনুভূতি
-------

তুমি মোৰ কাষত নাই, 
তথাপি মই তোমাৰ অনুপস্থিতি 
অনুভব নকৰোঁ। 
কিয়নো, 
মোৰ হৃদয়ৰ এটা নিৰ্দিষ্ট কোণত 
অংকিত হৈ ৰোৱা 
তোমাৰ প্ৰতিচ্ছবিয়ে মোক বাৰে বাৰে 
তোমাৰেই উপস্থিতিৰৰ সংজ্ঞা দিয়ে...

©Sushildoley Official filling
অনুভৱৰ অনুভূতি
-------

তুমি মোৰ কাষত নাই, 
তথাপি মই তোমাৰ অনুপস্থিতি 
অনুভব নকৰোঁ। 
কিয়নো, 
মোৰ হৃদয়ৰ এটা নিৰ্দিষ্ট কোণত 
অংকিত হৈ ৰোৱা 
তোমাৰ প্ৰতিচ্ছবিয়ে মোক বাৰে বাৰে 
তোমাৰেই উপস্থিতিৰৰ সংজ্ঞা দিয়ে...

©Sushildoley Official filling