Nojoto: Largest Storytelling Platform

প্ৰাপ্তিয়েই সৰ্বস্ব নহয়... অপ্ৰাপ্তিয়েও দি যায় এক

প্ৰাপ্তিয়েই সৰ্বস্ব নহয়...
অপ্ৰাপ্তিয়েও দি যায় এক সুকীয়া মাদকতা...
প্ৰাপ্তিত থাকিব পাৰে হেৰুওৱাৰ ভয়,
               কিন্তু 
           অপ্ৰাপ্তিত 
হেৰাল বুলি জানিও নিস্বাৰ্থতা...
  #একপক্ষীয় #yqbandhoi #yqassamesequote #yqassamese   #yqbandhobi

richabhattachary1137

R...🍁

New Creator