Nojoto: Largest Storytelling Platform

New assamese sad love poem Quotes, Status, Photo, Video

Find the Latest Status about assamese sad love poem from top creators only on Nojoto App. Also find trending photos & videos about, assamese sad love poem.

    LatestPopularVideo

Djd Maina

Buddha

assamese poem assamesepoem love life sad

read more

Buddha

assamese poem assamesepoem love life sad

read more

pooja roy

Dr keshab Gogoi

Assamese love poem

read more
নিমুক্ত  পখী 
পশ্চিমৰ আকাশত
বেলি লহিওবাৰ পৰত
বাট চাঁও হেঁপাহৰ জোনটিলৈ
অকলশৰীয়া নিসংগ তৰাটি হৈ ।। Assamese love poem

Dr keshab Gogoi

Assamese love poem

read more
 Assamese love poem

Brishti(ras)

Dikshita Sharma

assamese life poemlove

read more
ক্ৰমশঃ

কেতিয়াবা,
নীৰৱে কোনোবা নিলগত
যাঁও বুলিয়েই 
হেৰাই যাব পৰা হ'লে...
নষ্ট হৃদয়ত দস্ত
হেঁপাহৰূপী বিষাক্ত পতংগটোক
একেবাৰে নিক্ষিপ্ত কৰিব পৰা হলে..
উস্!ক্ৰমশঃ
বাঢ়ি আহিছে...
গাঢ় হৈ পৰিছে,
বিনিদ্ৰ চকুযুৰীৰ তলত
ক'লা দুটুকুৰা পোৱা-নোপোৱাৰ দাগ।
নিস্পৃহ নিশাৰ নিস্তেজ আন্ধাৰত
বুকুত মোৰ নামে এমুঠি জাংফাই জোনাক।
নাই,মই এতিয়াও জনা নাই,
      মই এতিয়াও চিনা নাই
আছে নেকি আৰু কিবা বাস্তৱ,বাস্তৱৰ আঁৰত?
অইন এখন মুখা, পিন্ধি থকা সেই মুখাৰ ভিতৰত?
ক্ৰমশঃ
হেৰাই গৈছে...
বিয়পি পৰিছে
মোৰ সিক্ত শিতানত তেজে ধোৱা নীৰৱতা।
এতিয়া..
মোৰ সৈতে আছে কেৱল
অকপট অচল মোৰ মগজুৰ এটি চেপা বেদনা,
কেঁচা কলিজাত বাকৰূদ্ধ কিছু জীয়া নিসংগতা।
উস্!
এয়াওটো মই এদিন হেৰুৱাই পেলা়ম,
তাৰ লগে লগে নিশব্দে মইও...
ক্ৰমশঃ...
- ©দীক্ষিতা শৰ্মা #assamese #life #poem#love

Buddha

Bhargav Jyoti Dutta

loader
Home
Explore
Events
Notification
Profile