Find the Latest Status about toi write india from top creators only on Nojoto App. Also find trending photos & videos about, toi write india.
PR emon bordoloi
অ'ই.... তোৰ মিচিকিয়া হাঁহিটো আৰু তোৰ নাকৰ আগতে থকা খংটোৰে মৰম বোৰ এনেকৈয়ে বান্ধি ৰাখিবি চোন.... নিয়ৰ সৰা সপোনৰ দিকচৌ বনত দুভৰি দুখোজ পেলাই আৱেগৰ দলিচাখন মেৰাই ধৰিবি.... তোৰ কথাৰে জীপাল কৰি তুলিবি সেই কবিতাৰ মৌন ভাষা বোৰ তই মাথোঁ এবাৰ কৈ চাবি ৰঙ বোৰ তোৰেই বুলি.... ----- PR emon bordoloi toi mathu toi #PURPLEHEART
toi mathu toi #PURPLEHEART
read more