Nojoto: Largest Storytelling Platform

Best zubeengarg Shayari, Status, Quotes, Stories

Find the Best zubeengarg Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about assamese romantic song by zubeen video, assamese song by zubeen garg 2013, bodo song by zubeen 320, zubeen garg new hindi song 2016, new assamese album of zubeen garg,

  • 13 Followers
  • 14 Stories

Dipsikha Chetia

Dɪʀᴛʏ ᴍɪɴᴅ

#zubeengarg ❤️😌 #Motivational

read more

Himangshu Das

Brohmo Sari

zubeen garg #Zg #zubeengarg #Reels #New #News

read more

sangita

সময়বোৰহে বৈ যায়--- কিন্তু উশাহবোৰক দি যায় জীৱনৰ সংজ্ঞা। কাললৈ জিলিকি ৰওঁক হে মহান সত্বা। আৱহমান হৈ বৈ যাওঁক আপোনাৰ গীতৰ নিজৰা।। ওপজা দিনৰ অগণিত শুভেচ্ছাৰে প্ৰিয় শিল্পীজনলৈ---❣️ #yqbandhoi #yqassamese #writersofassam #assamses_poem #zubeengarg #জুবিনগাৰ্গ

read more
আঘোণৰ প্ৰথম হাঁহিটি পিন্ধি এদিন আকাশেও গাইছিল----
নৱ-প্ৰভাতৰ জয়গান।..!
হয়তো! আকাশেখনেও জানিছিল---
জোনাকগলা নিশাৰ ৰাগিণী টানিবলৈ আৰু যে বেছি পৰ নাই। 

এক অচিন ইতিহাসৰ সৃষ্টি হয়তো এইদৰেই হয়! 
য'ত নেকি ক'ৰবাত কাহিনীয়েও লাজ পাই উঠে। 
যেতিয়া সমাজৰ অন্যায়- অনীতি সলাবলৈ কাৰোবাৰ কণ্ঠই প্ৰস্তাৱ দিয়ে। 
যেতিয়া লুইতৰ পাৰৰ প্ৰগতিশীল বিপ্লৱবোৰ গীতেৰে আৰম্ভ হ'বলৈ ধৰে। 

নিশাহবোৰো হাৰি যায় তেওঁৰ উশাহৰ ভৰত। 
যি উশাহৰ ভাঁজত প্ৰাণ পাই উঠে কালজয়ী গীতৰ মালিতা। 
বেজাৰবোৰো যেন কোনোবাখিনিত থমকি যায়--
যেতিয়া অধৰেদি বৈ আহে সহস্ৰ গীত পৰাণ জুৰোৱা। 

অমানিশাৰ আন্ধাৰছটীয়া বাটটিয়ে যদি মায়াবিনী নিশা হৈ নিগৰিব পাৰে.. 
ক্লান্ত সূৰুযৰ অস্থিৰ আৱেগত বুকুখনি তাজমহলো নিশ্চয় হ'ব পাৰে। 
ভাৱনাবোৰ জী উঠিবলৈ এখন হৃদয়ে যথেষ্ট নহয় জানো..? 
এখন মুক্ত হৃদয়।
মুক্ত পৰাণ। 
আপোনাৰ ভাষাত কাঞ্চনজংঘা।। 

সময়বোৰহে বৈ যায়---
কিন্তু উশাহবোৰক দি যায় জীৱনৰ সংজ্ঞা।
কাললৈ জিলিকি ৰওঁক আপুনি 'হে মহান সত্বা।' 
আৱহমান হৈ বৈ যাওঁক আপোনাৰ গীতৰ নিজৰা।। 
     সময়বোৰহে বৈ যায়---
কিন্তু উশাহবোৰক দি যায় জীৱনৰ সংজ্ঞা।
কাললৈ জিলিকি ৰওঁক হে মহান সত্বা। 
আৱহমান হৈ বৈ যাওঁক আপোনাৰ গীতৰ নিজৰা।।

ওপজা দিনৰ অগণিত শুভেচ্ছাৰে প্ৰিয় শিল্পীজনলৈ---❣️

#yqbandhoi #yqassamese #writersofassam #assamses_poem #zubeengarg #জুবিনগাৰ্গ

Rumi Kalita

Jugal Deka

#zubeengarg

read more

Kalpana Phukon

Dipjyoti

Joi Zubeen da #zubeengarg #zubeen #Comedy

read more

Sakil Ahmed

loader
Home
Explore
Events
Notification
Profile