Find the Latest Status about hokolu loi in assamese from top creators only on Nojoto App. Also find trending photos & videos about, hokolu loi in assamese.
Siba Gogoi
জীৱনৰ নীসংগতাবোৰ......... কেতিয়াও শেষ নোহোৱাই হল.. এই নীসংগতাই জ্বলাই শেষ কৰিব খুজিছে সকলো সপোন... চিগাৰেটৰ শেষ টুকুৰাৰ দৰে ....... দুই আঙুলিৰ ভাজত.....বহু সময় লৈ থাকিবৰ মন যায় তুমি দিয়া সকলো মৰম ...... বুকুৰ মাজত থওঁ গোপনে ........ বুকুৰ মাজত থও আকুৱালি সজতনে........... এদিন সাহসৰ হব ওখ পাহাৰ..... যৰ পৰা চৰাই দৰে দূহাত মেলি ..........উৰিম তললৈ ........ তোমাৰ ভাল পোৱা চুবলৈ.... morom #love ....#in assamese
Asthajita kakoti
অনুভৱ মন উৰণীয়া দেহা দুদিনীয়া তথাপিও মনত হেপাঁহ নপলাই হাবাথুৰি খাই বিচাৰি ফুৰো মোৰেই থাকক সকলো মইয়েই হওঁ ৰজা বা ৰাণী । by Asthajita kakoti #Freedom a poem in Assamese
#Freedom a poem in Assamese
read more