Nojoto: Largest Storytelling Platform

Best assameselanguage Shayari, Status, Quotes, Stories

Find the Best assameselanguage Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about assamese romantic poem for love, assamese love poem of nilim kumar, assamese love status for whatsapp, assamese love shayari video, assamese love quotes in english,

  • 4 Followers
  • 8 Stories

poetry upasana

(অণুগল্প)

          "বৰষুণজাক"
  
ববিতাই খৰধৰকৈ মহাজনৰ ঘৰৰ কামকেইটা কৰি আজৰি হয় মানে আকাশত ক'লা ডাৱৰ ছাটিয়ে ঘৰ বান্ধিলে।ববিতাৰ চিন্তা দুগুণে বাঢ়িল ঘৰত ল'ৰা ছোৱালীকেইটা অকলে আছে।কামকেইটা শেষ কৰি বৰষুণৰ আগে আগে  ঘৰ পালেই ৰক্ষা।বিজুলী-ঢেৰেকণিৰে,গুজৰি গুমুৰি আহিলেই বৰষুণজাক।ববিতা যেন ক'লা মেঘবোৰৰ পাছে পাছে গৈ আছে।এই এটোপ,দুটোপ বৰষুণ পৰো পৰো।ঘৰৰ চালিখনৰ অৱস্থাটো বৰ বেয়া।বতাহে চাগৈ কোবাইছে টিনবোৰ।কথাবোৰ ভাবি ভাবি ববিতাই পিৰালিত ভৰি থৈ ল'ৰা-ছোৱালীহালক দেখি এক শান্তি লভিলে।লাহে লাহে ক'লা মেঘবোৰে বৰষুণজাকক দূৰলৈ উৰুয়াই লৈ গৈছে।বতাহজাকেও বাট দেখুৱাই নিছে।
       ববিতাই আকাশত চকু ফুৰাই মনতে ভাবিলে--"বৰষুণজাক গ'লগৈ"!

©poetry upasana #assameselanguage

Manoj Gogoi

তুলসীৰ তলে তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই শৰ ধেনু ধৰে" সকলো বন্ধু-বান্ধৱীলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। #Assamese #axomiya #Bihu #অসমীয়া #বিহু #manojgogoi #Traditional #Festival #Life #assameselanguage #Talk

read more
তুলসীৰ তলে তলে মৃগপহু চৰে
তাকে দেখি ৰামচন্দ্ৰই শৰ ধেনু ধৰে"
সকলো বন্ধু-বান্ধৱীলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

©Manoj Gogoi তুলসীৰ তলে তলে মৃগপহু চৰে
তাকে দেখি ৰামচন্দ্ৰই শৰ ধেনু ধৰে"
সকলো বন্ধু-বান্ধৱীলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো।
#Assamese #axomiya #Bihu #অসমীয়া #বিহু #manojgogoi #Traditional #Festival #Life #assameselanguage

bhumikadevi

কেতিয়াবা বৰ মন যায়,
সপোনবোৰক আকৌ এবাৰ আমাৰ বুলি ক'বলৈ।।। #truefeelings#feelingsfromheart#myquote#mystory#hpulike#assameselanguage

bhumikadevi

মোক মোৰ হৈয়ে থাকিব দিয়া,
তোমাৰ এই ভিৰৰ মাজত সোমাই,
মই নিজক হেৰুৱাব নিবিচাৰো।।। #feelingsfrmheart#supportme#assameselanguage#assam

bhumikadevi

bhumikadevi

bhumikadevi

bhumikadevi


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile