Nojoto: Largest Storytelling Platform

Best yqassamesequote Shayari, Status, Quotes, Stories

Find the Best yqassamesequote Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about

  • 4 Followers
  • 6 Stories

Jahangir Hussain

#বালিঘৰ #yqbaba #yqbandhoi #yqassamese #yqassamesequote #yqdada life

read more
লৰালি কালত সমনীয়াৰ সৈতে
নদীৰ পাৰৰ শুকান বালিত,
সজোৱা বালিঘৰটো যেনে নদীৰ
বুকুত ৰল।

তোমাৰ লগত জীৱনৰ দুখুজ
চলাৰ সপোনটো যেন এই নদীৰ
বুকুতে জাহ গল। #বালিঘৰ #yqbaba #yqbandhoi #yqassamese #yqassamesequote #yqdada #life

sangita

ব্লকত চাকৰি পাইছোঁ😭 এই চাকৰিটো কিয় পালোঁ? সহযোগ কৰি জনাব লাগে🙏 #অকনমাণী #yqassamese #YourQuoteAndMine #Assamese #yqassamesequote

read more
🔸🔹ব্লক সমৰ🔹🔸


তেওঁ ব্লক কৰি দিম ক'লে
কিন্তু কোৱা কথা বতাহতে থাকিল,
বাপ্পেকে.......
তেওঁতকৈ আগে মইহে তেওঁক ব্লক কৰি দিলো। 

কিয়নো নকৰিম 
দস্তুৰমত মহী হৈ তেওঁৰ নামৰে 
কবিতা লিখিছিলো। 

তেওঁ ব্লক কৰি দিম ক'লে
কিন্তু কোৱা কথা বতাহতে থাকিল ,
বাপ্পেকে .....
তেওঁতকৈ আগে মইহে তেওঁক ব্লক কৰি দিলো। 

এইয়া মোৰ ৰাগ কিম্বা ক্ৰোধ একো নাছিল, 
ক্ষন্তেকীয়া মৰমপূৰ্ণ অভিমানহে আছিল, 
কিয়নো পাঁচ মিনিটমান পিছত 
মই আকৌ ব্লকটো নিজেই খুলি দিলো। 
 ব্লকত চাকৰি পাইছোঁ😭

এই চাকৰিটো কিয় পালোঁ?

সহযোগ কৰি জনাব লাগে🙏

#অকনমাণী 
#yqassamese

Jahangir

#বালিঘৰ #yqbaba #yqbandhoi #yqassamese #yqassamesequote #yqdada life

read more
লৰালি কালত সমনীয়াৰ সৈতে
নদীৰ পাৰৰ শুকান বালিত,
সজোৱা বালিঘৰটো যেনে নদীৰ
বুকুত ৰল।

তোমাৰ লগত জীৱনৰ দুখুজ
চলাৰ সপোনটো যেন এই নদীৰ
বুকুতে জাহ গল। #বালিঘৰ #yqbaba #yqbandhoi #yqassamese #yqassamesequote #yqdada #life

R...🍁

সাধাৰণতে উপেক্ষিত আৰু অপেক্ষিতজনেহে মাজনিশাৰ জয়ালতাক স্পৰ্শ কৰিব পাৰে...।
 #yqbaba #yqbandhoi #yqquotes #yqassamesequote #assamesewriters #assamese #অসমীয়া

R...🍁

#একপক্ষীয় #yqbandhoi #yqassamesequote #yqassamese #yqbandhobi

read more
প্ৰাপ্তিয়েই সৰ্বস্ব নহয়...
অপ্ৰাপ্তিয়েও দি যায় এক সুকীয়া মাদকতা...
প্ৰাপ্তিত থাকিব পাৰে হেৰুওৱাৰ ভয়,
               কিন্তু 
           অপ্ৰাপ্তিত 
হেৰাল বুলি জানিও নিস্বাৰ্থতা...
  #একপক্ষীয় #yqbandhoi #yqassamesequote #yqassamese   #yqbandhobi

R...🍁

#একপক্ষীয় #yqbandhoi #yqassamesequote

read more
নিবিৰে বন্ধুত্ব নাম দিয়া সম্পৰ্কটোৰ কথা ভাবি কুহিয়ে আজি নিবিৰক সোধি পেলালে..
👰ঐ শুনা না,
 মনৰ ভিতৰত সংগোপনে ৰখা প্ৰশ্নৰ ভৰাঁ‌লতো আজি খোলো দেই....উত্তৰ দিবা কিন্তু...
🤵সি ক'লে বাৰু কোৱা...
কুহিয়ে কৈ গ'ল..একপক্ষীয় প্ৰেম কি বাৰু?
"ভাল নোপোৱা বুলি জনাৰ পাছতো যাৰ এপলক চাৱনিৰ বাবে চকুযোৰে হাঁ‌হাকাৰ কৰি ফুৰে"
 সেয়াই নেকি একপক্ষীয় প্ৰেম?
 "যাক সকলোৰে পৰা লুকুৱাই হেঁপাহ পলুৱাই চাই থকাৰ পাছত হঠাৎ যদি তেওঁৰ চকুত চকু পৰে আৰু লাজে ভয়ে আৱৰি ধৰে"
 সেয়াই নেকি একপক্ষীয় প্ৰেম? 
 "যিজনে গুৰুত্ব নিদিয়া শ্বত্বেও বাৰে বাৰে তেওঁৰ Last seen চোৱা হয়"
 সেয়াই নেকি একপক্ষীয় প্ৰেম?
"যেতিয়া তেওঁৰ Statusবোৰ আন কাৰোবাৰ কাৰণে থাকে আৰু সকলো জানিও এই পাগল মনটোৱে ভাবে প্ৰতিটো বাক্য যেন মোৰ  কাৰণে লিখিছে"
 সেয়াই নেকি একপক্ষীয় প্ৰেম? কোৱানা.....
"যেতিয়া ৰাতিৰ গল্পবোৰ লাহে লাহে কমি আহে আৰু তেওঁ ব্যস্ত হৈ পৰে আন কাৰোবাৰ সপোনত যাবলৈ,সেইসময়ত যাৰ দুচকু সেমেকি উঠে..সেয়া কি বাৰু?"
 সেয়াই নেকি একপক্ষীয় প্ৰেম?
 নিবিৰৰ যেন শব্দবোৰেই হেৰাই গ'ল,বুকুৰ ভিতৰত অচিন বিষ এটা অনুভৱ কৰিলে।দুচকুত মুকুতা মণি দুটা জিলিকি উঠিল।।
 কুহিয়ে তেতিয়া হাঁ‌হি হাঁ‌হি😀😀 কৈ গ'ল আৰে পাগল ধেমালি কৰিছো।(মনটোতে ক'লে এবাৰ বুজি পোৱানা কি কৈছো😔😔☹)।।
 #একপক্ষীয় #yqbandhoi #yqassamesequote


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile